Self-respect Assamese
জীৱনত আগুৱাই যাওঁতে এটা কথা মনৰ পৰা নোহোৱা কৰি লবা — আৰু সেইটো হৈছে আনে কি ভাবিব।
Self-respect English
As you move forward in life, erase one thing from your mind — what others will think.
Self-respect Assamese
জীৱনটো গঢ়িবলৈ যোৱাৰ আগতে নিজৰ মনটো শক্তিশালী আৰু দৃঢ়ভাবে গঢ়ি লওক, যাতে কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰে।
Self-respect English
Before building your life, build your mind strong and firm, so no force can stand in your way.
Self-respect Assamese
মানুহ সফল তেতিয়া হয়, যেতিয়া জগতক নহয়, বৰঞ্চ নিজক সলনি কৰিবলৈ আৰম্ভ কৰে।
Self-respect English
A person succeeds when they start changing themselves, not the world.
Self-respect Assamese
শক্তিশালী তেওঁ নহয় যিয়ে চিঞৰি নিজৰ খং প্ৰকাশ কৰে, শক্তিশালী সেইজনহে যিয়ে খঙৰ সময়তো নিজকে নিয়ন্ত্ৰণ কৰে।
Self-respect English
The strong one is not the one who shouts in anger, but the one who controls themselves even in anger.
Self-respect Assamese
নিজৰ প্ৰতি নিষ্ঠা ৰাখিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব।
Self-respect English
Those who remain loyal to themselves will achieve success in life.
Self-respect Assamese
জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা।
Self-respect English
Try to be like water in life — you can carve your own path.
Self-respect Assamese
ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে।
Self-respect English
Trusting yourself increases strength, trusting others increases weakness.
Self-respect Assamese
আপুনি যদি সেই মানুহজনক বিচাৰি আছে যিজনে আপোনাৰ জীৱন সলনি কৰিব, তেনেহলে আইনাত নিজকে চাই লওক।
Self-respect English
If you are looking for the person who will change your life, look at yourself in the mirror.
Self-respect Assamese
পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও, আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে।
Self-respect English
Even if everyone in the world betrays you, your hard work and merit will never betray you.
Self-respect Assamese
প্ৰয়োজন শেষ হ'লে এদিন সকলোৰে ব্যৱহাৰ সলনি হৈ যায়।
Self-respect English
When your usefulness ends, everyone's behavior changes.
Self-respect Assamese
ত্যাগ আগতে কৰিছিলোঁ আনৰ সুখৰ বাবে, এতিয়া কৰি আছো নিজৰ সুখৰ বাবে।
Self-respect English
I used to sacrifice for others' happiness, now I sacrifice for my own happiness.
Self-respect Assamese
তুমি পইচা বনোৱা, সম্বন্ধবোৰ মানুহবোৰে নিজেই বনাই ল'ব।
Self-respect English
You earn the money — relationships, people will build on their own.
Self-respect Assamese
আনে কি কৰিছে, আনে কি কৈছে, আনে কি ক'ব তালৈ মন নকৰি নিজৰ কৰিবলগীয়াবোৰ কৰি যোৱা।
Self-respect English
Don't mind what others do, what others say, or what others will say — just keep doing what you need to do.
Self-respect Assamese
নীৰৱ হৈ নিজৰ কাম কৰি যাওক, আপোনাৰ সফলতাই হুলস্থুল লগাই দিব।
Self-respect English
Work silently on your own tasks — your success will create the uproar.
Self-respect Assamese
মোৰ বেয়া পোৱা মানুহ বেছি, কাৰণ মই অভিনয় কৰিব নাজানো।
Self-respect English
More people dislike me because I don't know how to pretend.
Self-respect Assamese
আনৰ কথা শুনা জনে ভাঙি যায়, নিজৰ কথা শুনা জনে নিজকে গঢ়ি লয়।
Self-respect English
Those who listen to others break apart, those who listen to themselves build themselves up.
Self-respect Assamese
অৱহেলিত যিমানেই হ'ব এদিন আপুনিও শিলৰ দৰে কঠিন হৈ পৰিব, তেতিয়া আপোনাক কোনেও ভাঙিব নোৱাৰিব।
Self-respect English
The more you are neglected, the harder you will become like stone — then no one will be able to break you.
Self-respect Assamese
সকলোৰে বাবে সকলো সময়তে উপলব্ধ নহ'ব, অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব।
Self-respect English
Don't be available for everyone all the time, otherwise both your importance and value will diminish.