Christmas
Assamese
বৰদিনৰ ঘণ্টাধ্বনিয়ে সকলোৰে জীৱনত সুখ-সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক। সকলোলৈ বৰদিনৰ আন্তৰিক শুভেচ্ছা!
Christmas
English
May the Christmas bells bring the message of happiness and prosperity to everyone's life. Sincere Christmas greetings to all!
Christmas
Assamese
বৰদিনৰ এই উৎসৱত প্ৰেম, সেৱা আৰু ক্ষমাৰ শিক্ষাৰে সকলোকে আলোকিত কৰক। মেৰী খ্ৰীষ্টমাছ!
Christmas
English
May this Christmas festival illuminate everyone with the teachings of love, service, and forgiveness. Merry Christmas!
Christmas
Assamese
আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ বাবে খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ জীৱন আনন্দ আৰু শান্তিৰে ভৰপূৰ্ণ হওক।
Christmas
English
Christmas wishes to you and your loved ones. May your lives be filled with joy and peace.
Christmas
Assamese
বৰদিনৰ এই পৱিত্ৰ দিনটোত ভগৱানে সকলোৰে ঘৰত সুখ-শান্তিৰ পোহৰ বিলাওক। শুভ বৰদিন!
Christmas
English
On this holy day of Christmas, may God spread the light of happiness and peace in everyone's home. Merry Christmas!
Christmas
Assamese
সকলোলৈ বৰদিনৰ শুভেচ্ছা থাকিল। যীশু খ্ৰীষ্টৰ জন্মদিনত সকলোৰে জীৱনত শান্তি আহক।
Christmas
English
Christmas greetings to everyone. May peace come to everyone's life on the birthday of Jesus Christ.
Christmas
Assamese
আপোনাৰ জীৱনত খ্ৰীষ্টমাছৰ পৰিৱেশ সুখ আৰু প্ৰেমৰে পৰিপূৰ্ণ হওক। শুভ বৰদিন!
Christmas
English
May the Christmas atmosphere in your life be filled with happiness and love. Merry Christmas!
Christmas
Assamese
এই খ্ৰীষ্টমাছৰ সময়ত আপোনাৰ জীৱনত সুখ, শান্তি আৰু সফলতাৰ পোহৰ জ্বলক। মেৰী খ্ৰীষ্টমাছ!
Christmas
English
May your life be illuminated with happiness, peace, and success this Christmas. Merry Christmas!
Christmas
Assamese
খ্ৰীষ্টমাছৰ এই শুভক্ষণত প্ৰেম আৰু মৰমৰে আপোনালোকক শুভেচ্ছা জনাইছোঁ। শুভ বৰদিন!
Christmas
English
Sending love and affection to you during this blessed Christmas moment. Merry Christmas!
Christmas
Assamese
আপোনাৰ আৰু আপোনাৰ পৰিয়ালক খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ। সকলোৰে মংগল কামনা কৰিলোঁ।
Christmas
English
Christmas greetings to you and your family. Wishing everyone well.
Christmas
Assamese
মেৰী খ্ৰীষ্টমাছ! আপোনাৰ জীৱন আনন্দ, প্ৰেম আৰু শান্তিৰে পৰিপূৰ্ণ হওক।
Christmas
English
Merry Christmas! May your life be filled with joy, love, and peace.
Christmas
Assamese
সকলোকে বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰদিনে কঢ়িয়াই আনক শান্তি-সম্প্ৰীতি-আনন্দৰ বতৰা।
Christmas
English
Sincere Christmas greetings to all. May Christmas bring the message of peace, harmony, and joy.
Christmas
Assamese
বৰদিনৰ শুভেচ্ছা থাকিল। এই বৰদিনত সকলোৰে হৃদয় ভৰি পৰক সুখ, শান্তি আৰু সম্প্ৰীতিৰে।
Christmas
English
Christmas greetings. May everyone's hearts be filled with happiness, peace, and harmony this Christmas.
Christmas
Assamese
পৱিত্ৰ বৰদিনৰ শুভেচ্ছা জনাইছোঁ। বৰদিনে কঢ়িয়াই আনক সুখ-সমৃদ্ধিৰ বতৰা।
Christmas
English
Blessed Christmas wishes. May Christmas bring the message of happiness and prosperity.
Christmas
Assamese
বৰদিনৰ উলাহে সকলোৰে মাজত সুদৃঢ় কৰক শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰী। শুভ বৰদিন!
Christmas
English
May the joy of Christmas strengthen the bond of peace and brotherhood among all. Merry Christmas!
Christmas
Assamese
সমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Christmas
English
Sincere Christmas greetings to all members of the Christian community.