Fathers-day
Assamese
মোৰ জীৱনত গুৰুতৰ প্ৰভাৱ পেলোৱা মানুহজন, ভগৱানে আপোনাক সকলো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ শক্তি দিয়ক।
Fathers-day
English
The person who profoundly influenced my life — may God grant you strength to face all circumstances.
Fathers-day
Assamese
দেউতা, তুমি মোৰ প্ৰথম শিক্ষক, মোৰ পথ প্ৰদৰ্শক আৰু মোৰ চিৰকালৰ নায়ক। পিতৃ দিৱসৰ শুভেচ্ছা।
Fathers-day
English
Papa, you are my first teacher, my guide, and my hero forever. Happy Fathers Day.
Fathers-day
Assamese
দেউতা, তুমি নথকা হ'লে মোৰ জীৱনত পোহৰ নাথাকিলহেঁতেন। তোমাৰ ত্যাগ আৰু কষ্টৰ মূল্য মই চিৰকাল মনত ৰাখিম।
Fathers-day
English
Papa, without you there would be no light in my life. I will forever remember the value of your sacrifices and hardships.
Fathers-day
Assamese
প্ৰতিগৰাকী সন্তানৰ জীৱনত পিতৃৰ ভূমিকা অসীম। পিতৃ দিৱসৰ শুভেচ্ছা জনালোঁ।
Fathers-day
English
The role of a father in every childs life is immeasurable. Happy Fathers Day.
Fathers-day
Assamese
মোৰ পিতৃ মোৰ স্বৰ্গ, মোৰ পিতৃ মোৰ ধৰ্ম, তেওঁ মোৰ জীৱনৰ চূড়ান্ত তপস্যা। যেতিয়া তেওঁ সুখী হয়, তেতিয়া সকলো দেৱতা সুখী হয়!
Fathers-day
English
My father is my heaven, my father is my faith, he is the ultimate devotion of my life. When he is happy, all the gods are happy!
Fathers-day
Assamese
পিতৃয়ে নিজ পৰিয়াল আৰু সন্তানৰ কাৰণে সদায়েই এডাল বৃক্ষই ছাঁ দি থকাৰ দৰে আৱৰি থাকে।
Fathers-day
English
A father always shelters his family and children like a tree providing shade.
Fathers-day
Assamese
দেউতা হৈছে শক্তিশালী জীৱনধাৰাৰ বাস্তৱ নায়ক। পিতৃ দিৱসৰ শুভেচ্ছা থাকিল।
Fathers-day
English
Father is the real hero of a strong way of life. Happy Fathers Day.
Fathers-day
Assamese
জীৱনৰ প্ৰতিটো হাঁহিৰ আঁৰত থকা মানুহজনেই দেউতা। পিতৃ দিৱসৰ শুভেচ্ছা।
Fathers-day
English
The person behind every smile in life is Father. Happy Fathers Day.
Fathers-day
Assamese
নিঃস্বাৰ্থভাৱে মৰম কৰি আমাৰ সুখবোৰ নিজৰ সুখ বুলি সাবটি লোৱাজনেই হৈছে দেউতা। পিতৃ দিৱসৰ শুভেচ্ছা।
Fathers-day
English
The one who loves selflessly and embraces our happiness as his own — that is Father. Happy Fathers Day.
Fathers-day
Assamese
ত্যাগ, আস্থা, নিৰাপত্তা আৰু বিশ্বাসৰ প্ৰতীক দেউতালৈ পিতৃ দিৱসৰ শুভেচ্ছা।
Fathers-day
English
Happy Fathers Day to Papa — the symbol of sacrifice, trust, security, and faith.
Fathers-day
Assamese
প্ৰতিটো খোজতে তোমাৰ আশীৰ্বাদ অনুভৱ কৰো পাপা। তুমি মোৰ সাহস, তুমি মোৰ প্ৰেৰণা।
Fathers-day
English
I feel your blessings in every step, Papa. You are my courage, you are my inspiration.
Fathers-day
Assamese
দেউতা মোৰ বাবে সাহস, অনুপ্ৰেৰণাৰ উৎস আৰু চালিকাশক্তিস্বৰূপ। পিতৃ দিৱসৰ শুভেচ্ছা।
Fathers-day
English
Father is my courage, my source of inspiration, and my driving force. Happy Fathers Day.
Fathers-day
Assamese
তুমি মোৰ বাবে এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপহাৰ। পিতৃ দিৱসৰ শুভেচ্ছা।
Fathers-day
English
You are the greatest gift in this world to me. Happy Fathers Day.
Fathers-day
Assamese
মোৰ পৃথিৱীখন প্ৰেমেৰে উজ্জ্বল কৰি তোলা বিশেষ ব্যক্তিজন তুমি। পিতৃ দিৱসৰ শুভেচ্ছা থাকিল দেউতা।
Fathers-day
English
You are the special person who brightened my world with love. Happy Fathers Day, Papa.
Fathers-day
Assamese
দেউতা এজোপা বট বৃক্ষৰ দৰে, তেওঁহে জানে প্ৰখৰ ৰ'দত কিদৰে আমাক চাঁৰে আৱৰি ৰাখে।
Fathers-day
English
Father is like a banyan tree — only he knows how to shelter us in his shade under the harshest sun.