Kati Bihu Wishes in Assamese

Send heartfelt কাতি বিহু (Kati Bihu) wishes and greetings to your loved ones.

15 wishes available
Kati-bihu Assamese
কৃষিজীৱী অসমীয়াৰ ভঁৰাল ভৰি পৰক শস্যৰে। কঙাল গুচি ৰঙিয়াল হওক সকলো। কাতি বিহুৰ পৰম্পৰা, ঐতিহ্য জীয়াই থাকক।
Kati-bihu English
May the granaries of Assams farmers be filled with harvest. May scarcity vanish and everyone prosper. May the traditions and heritage of Kati Bihu live on.
Kati-bihu Assamese
কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি, শান্তিৰ বতৰা। কাতি বিহুৰ শুভেচ্ছা।
Kati-bihu English
May the light of Kati bring tidings of happiness, prosperity, and peace to everyones life. Kati Bihu greetings.
Kati-bihu Assamese
তুলসীৰ তলৰ চাকিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি। কঙালী বিহুৰ মংগল কামনা কৰিলোঁ।
Kati-bihu English
May the light of the lamp under the tulsi plant bring happiness, peace, and prosperity to everyones life. Wishing well on Kongali Bihu.
Kati-bihu Assamese
সোণগুটিৰে ভৰি পৰক কৃষিজীৱী অসমীয়াৰ পথাৰ, ধন-ধানেৰে উপচি পৰক ভঁৰাল। কাতি বিহুৰ আন্তৰিক শুভেচ্ছা।
Kati-bihu English
May the fields of Assams farmers be filled with golden grain, and may the granaries overflow with wealth and paddy. Heartfelt Kati Bihu wishes.
Kati-bihu Assamese
কঙালীৰ গৰ্ভতে অংকুৰিত হওক ভোগালীৰ বীজ। আপোনাৰ লগতে পৰিয়াললৈ কাতি বিহু শুভেচ্ছা।
Kati-bihu English
May the seed of Bhogali germinate in the womb of Kongali. Kati Bihu wishes to you and your family.
Kati-bihu Assamese
কঙালী কাতিয়ে আনক ভোগৰ বতৰা। সকলোলৈ কাতি বিহুৰ শুভেচ্ছা থাকিল।
Kati-bihu English
May the lean Kati bring tidings of abundance. Kati Bihu wishes to all.
Kati-bihu Assamese
ফচলৰে উপচি পৰক সকলোৰে ভঁৰাল। সকলোৰে জীৱনলৈ আহক সুখৰ বতৰা। কাতি বিহুৰ অলেখ শুভেচ্ছা।
Kati-bihu English
May everyones granary overflow with harvest. May tidings of happiness come to everyones life. Countless Kati Bihu wishes.
Kati-bihu Assamese
সোণোৱালী হওঁক সকলোৰে খেতি পথাৰ। আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ কাতি বিহুৰ শুভেচ্ছা।
Kati-bihu English
May everyones fields turn golden. Kati Bihu wishes to you and your entire family.
Kati-bihu Assamese
তুলসীৰ তলৰ চাকিটিৰ দৰেই আন্ধাৰৰ মাজতে জিলিকি উঠক সকলোৰে জীৱন। কাতি বিহুৰ শুভেচ্ছা জনালো।
Kati-bihu English
Like the lamp under the tulsi plant, may everyones life sparkle even in the midst of darkness. Kati Bihu greetings.
Kati-bihu Assamese
ধনে-ধানে উপচি পৰক আপোনাৰ ঘৰ। আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ কাতি বিহু শুভেচ্ছা জনালো।
Kati-bihu English
May your home overflow with wealth and grain. Kati Bihu wishes to you and all your family.
Kati-bihu Assamese
তুলসী তলৰ বন্তি গছিৰ পোহৰে জীৱনৰ অন্ধকাৰ নাশ কৰি পোহৰেৰে উজলাই তোলক আপোনাৰ জীৱন। কাতি বিহুৰ শুভেচ্ছা!
Kati-bihu English
May the light of the lamp under the tulsi plant destroy the darkness of life and illuminate your life with light. Kati Bihu greetings!
Kati-bihu Assamese
কাতি বিহুৰ আকাশবন্তিৰ পোহৰে উজলাই তোলক কৃষিজীৱী ৰাইজৰ সপোন, উৰ্বৰা হৈ উঠক প্ৰতিখন খেতিপথাৰ আৰু ফচলেৰে উপচি পৰক হেঁপাহৰ প্ৰতিটো ভঁৰাল। কাতি বিহুৰ শুভেচ্ছা।
Kati-bihu English
May the light of Kati Bihus sky lamps illuminate the dreams of farming folk, may every field become fertile, and may every granary overflow with harvest. Kati Bihu greetings.
Kati-bihu Assamese
কাতি বিহুৰ শুভ সন্ধিয়াত জ্বলি উঠিছে তুলসীৰ তলত আশাৰ চাকি আৰু পথাৰতো জ্বলি উঠিল সোণগুটিক আদৰণি জনোৱা আকাশবন্তি। কাতি বিহুৰ আন্তৰিক শুভেচ্ছা।
Kati-bihu English
On the auspicious evening of Kati Bihu, the lamp of hope is lit under the tulsi plant, and the sky lamps are lit in the fields to welcome the golden grain. Heartfelt Kati Bihu wishes.
Kati-bihu Assamese
নতুন সম্ভাৱনাৰে সোণোৱালী হৈ উঠক কৃষিজীৱী ৰাইজৰ সপোন, ধনে-ধানে ভৰক আপোনাৰ ঘৰ। কাতি বিহুৰ আন্তৰিক শুভেচ্ছা।
Kati-bihu English
May the dreams of farming folk turn golden with new possibilities, and may your home be filled with wealth and grain. Heartfelt Kati Bihu wishes.
Kati-bihu Assamese
কাতি বিহুৰ আকাশবন্তিৰ পোহৰেৰে উজলি উঠক অসমৰ সমাজ জীৱন, অনাগত দিনবোৰত পথাৰবোৰ সোণগুটিৰে উপচি শস্যশ্যামলা হৈ পৰক। কাতি বিহুৰ আন্তৰিক শুভেচ্ছা।
Kati-bihu English
May Assams social life be illuminated by the light of Kati Bihus sky lamps, and may the fields overflow with golden grain in the days ahead. Heartfelt Kati Bihu wishes.