Eid
Assamese
সকলোলৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঈদে সকলোৰে ঘৰে ঘৰে আনক সুখ, শান্তি আৰু সম্প্ৰীতি। ঈদ মুবাৰক!
Eid
English
Extending heartfelt Eid greetings to everyone. May Eid bring happiness, peace, and harmony to every home. Eid Mubarak!
Eid
Assamese
আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনাৰ জীৱনটো আনন্দ আৰু সুখেৰে ভৰাই তোলক আৰু আপোনাক সদায় হাঁহিমুখীয়া কৰি ৰাখক। ঈদ মুবাৰক!
Eid
English
I pray to Allah that your life be filled with joy and happiness and that you always remain smiling. Eid Mubarak!
Eid
Assamese
নতুন পুৱা, নতুন দিন, শুভ হওঁক এই ঈদৰ দিন। আপোনাৰ জীৱন সুখ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক। ঈদ মুবাৰক!
Eid
English
New morning, new day, may this day of Eid be auspicious. May your life be filled with happiness and prosperity. Eid Mubarak!
Eid
Assamese
আপোনাৰ মৰমৰ মুহূৰ্ত আৰু উষ্ম স্মৃতিৰে ভৰা ঈদৰ কামনা কৰিলোঁ। ঈদ মুবাৰক!
Eid
English
Wishing you an Eid filled with cherished moments and warm memories. Eid Mubarak!
Eid
Assamese
আল্লাহৰ আশীৰ্বাদে আপোনাৰ পথ আলোকিত কৰক আৰু সুখ, শান্তি আৰু সফলতাৰ দিশত আগুৱাই লৈ যাওক। ঈদ মুবাৰক!
Eid
English
May Allah's blessings illuminate your path and lead you towards happiness, peace, and success. Eid Mubarak!
Eid
Assamese
হাঁহিৰে ভৰা এটা দিন, মৰমেৰে ভৰা হৃদয়, আৰু সুস্বাদু ভোজেৰে ভৰা এখন টেবুল কামনা কৰিলোঁ। ঈদ মুবাৰক!
Eid
English
Wishing you a day filled with laughter, a heart full of love, and a table full of delicious feasts. Eid Mubarak!
Eid
Assamese
এই ঈদে আপোনাক অন্তহীন আশীৰ্বাদ, সুখ আৰু সন্তুষ্টি কঢ়িয়াই আনক। আপোনাৰ আৰু আপোনাৰ আপোনজনৰ বাবে ঈদ মুবাৰক!
Eid
English
May this Eid bring you endless blessings, happiness, and contentment. Eid Mubarak to you and your loved ones!
Eid
Assamese
সকলো ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ ঈদৰ এই পৱিত্ৰ ক্ষণত আন্তৰিক শুভেচ্ছা জনালোঁ। আল্লাহে সকলোকে সুখ-সমৃদ্ধিৰে ভৰাই ৰাখক।
Eid
English
Heartfelt greetings to all Muslim brothers and sisters on this sacred occasion of Eid. May Allah bless everyone with happiness and prosperity.
Eid
Assamese
ঈদ মুবাৰক! তোমাৰ জীৱনলৈ আহক সুখৰ নৈ বৈ, জীৱন হৈ পৰক আলোকময়।
Eid
English
Eid Mubarak! May a river of happiness flow into your life and make it radiant.
Eid
Assamese
এই পৱিত্ৰ ঈদে যেন সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু একতাৰ বাৰ্তা। ঈদ মুবাৰক!
Eid
English
May this holy Eid bring the message of peace, prosperity, and unity to everyone. Eid Mubarak!
Eid
Assamese
ঈদৰ এই পৱিত্ৰ ক্ষণত সকলোৰে মাজত যেন প্ৰেম, সহানুভূতি আৰু ভাতৃত্বৰ এনাজৰীডাল টানকৈ বান্ধ খাই পৰক। ঈদ মুবাৰক!
Eid
English
On this sacred moment of Eid, may the bonds of love, compassion, and brotherhood grow stronger among all. Eid Mubarak!
Eid
Assamese
প্ৰিয় বন্ধু, আপোনাক ঈদৰ শুভেচ্ছা জনালোঁ। আল্লাহে আপোনাক বহুত সুখ আৰু সমৃদ্ধি প্ৰদান কৰক।
Eid
English
Dear friend, I wish you a happy Eid. May Allah grant you great happiness and prosperity.
Eid
Assamese
ঈদৰ এই পৱিত্ৰ মুহূৰ্তত আপোনাৰ সুস্বাস্থ্য, ভাগ্য আৰু বহু সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। ঈদ মুবাৰক!
Eid
English
In this sacred moment of Eid, I pray for your good health, fortune, and great success. Eid Mubarak!
Eid
Assamese
সৰ্বশক্তিমান আল্লাহৰ ৰহমতত পৰিয়ালৰ সকলো দুখ-কষ্ট নাইকিয়া হৈ যাওঁক। সুখ আৰু শান্তি ঘূৰি আহক। ঈদ মুবাৰক!
Eid
English
May all sorrows of the family vanish by the mercy of Almighty Allah. May happiness and peace return. Eid Mubarak!
Eid
Assamese
ঈদৰ এই শুভ দিনত আপোনালোকক বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঈদ মুবাৰক!
Eid
English
On this blessed day of Eid, I extend my love and warm wishes to you. Eid Mubarak!