Republic-day
Assamese
এই গণৰাজ্য দিৱসত আমি দেশৰ প্ৰতি আমাৰ কৰ্তব্যবোধ নৱীকৰণ কৰো আহক। জয় হিন্দ! শুভ গণৰাজ্য দিৱস!
Republic-day
English
On this Republic Day, let us renew our sense of duty towards the nation. Jai Hind! Happy Republic Day!
Republic-day
Assamese
ভাৰতৰ প্ৰতিজন নাগৰিকৰ একক সংকল্পই দেশক বিশ্বৰ শ্ৰেষ্ঠ গণতন্ত্ৰ কৰি ৰাখিব পাৰে। গণৰাজ্য দিৱসৰ শুভেচ্ছা!
Republic-day
English
The collective resolve of every Indian citizen can keep the country the world's greatest democracy. Republic Day wishes!
Republic-day
Assamese
আমাৰ দেশৰ সংবিধানে আমাক দিয়া স্বাধীনতা আৰু অধিকাৰক সন্মান কৰি সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ।
Republic-day
English
Honoring the freedom and rights given to us by our Constitution, Republic Day wishes to all.
Republic-day
Assamese
গণৰাজ্য দিৱসৰ এই শুভ মুহূৰ্তত সকলো ভাৰতীয়ৰ মাজত একতা আৰু সম্প্ৰীতিৰ ভাৱ বৃদ্ধি হওক।
Republic-day
English
On this auspicious occasion of Republic Day, may unity and harmony grow among all Indians.
Republic-day
Assamese
ত্ৰিৰংগাৰ মৰ্যাদা ৰক্ষা কৰি দেশৰ সেৱাত ব্ৰতী হওঁ আহক। গণৰাজ্য দিৱসৰ শুভেচ্ছা!
Republic-day
English
Let us uphold the dignity of the tricolor and dedicate ourselves to the service of the nation. Republic Day wishes!
Republic-day
Assamese
সংবিধানৰ প্ৰস্তাৱনাত থকা সাৰ্বভৌমত্ব, সমাজবাদ, ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰৰ আদৰ্শক সন্মান কৰো আহক। শুভ গণৰাজ্য দিৱস!
Republic-day
English
Let us honor the ideals of sovereignty, socialism, secularism, and democracy in the Preamble of the Constitution. Happy Republic Day!
Republic-day
Assamese
প্ৰজাতন্ত্ৰৰ এই মহান দিনটোত সকলো ভাৰতবাসীলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা! আমাৰ দেশ সদায় উন্নতিৰ পথত আগবাঢ়ক।
Republic-day
English
Republic Day wishes to all Indians on this great day of the republic! May our country always advance on the path of progress.
Republic-day
Assamese
ভাৰতবৰ্ষৰ গণতান্ত্ৰিক মূল্যবোধ সদায় অক্ষুণ্ণ থাকক। সকলোলৈকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ।
Republic-day
English
May the democratic values of India always remain intact. Republic Day greetings to all.
Republic-day
Assamese
দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা!
Republic-day
English
Protecting the unity and integrity of the country is the responsibility of all of us. Sincere Republic Day wishes!
Republic-day
Assamese
এই গণৰাজ্য দিৱসত আমি সংবিধানে দিয়া অধিকাৰসমূহৰ প্ৰতি সচেতন হওঁ আহক আৰু দায়িত্ব পালন কৰোঁ আহক।
Republic-day
English
On this Republic Day, let us be aware of the rights given by the Constitution and fulfill our duties.
Republic-day
Assamese
আমাৰ সংবিধানৰ নিৰ্মাতাসকলৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি সকলোৱে একেলগে কাম কৰো আহক। গণৰাজ্য দিৱসৰ শুভেচ্ছা!
Republic-day
English
Let us all work together to realize the dreams of the makers of our Constitution. Republic Day wishes!
Republic-day
Assamese
গণতন্ত্ৰৰ এই মহান দিনত আমি প্ৰতিজ্ঞা কৰো আহক যে আমি সংবিধানৰ আদৰ্শ মানি চলিম। শুভ গণৰাজ্য দিৱস!
Republic-day
English
On this great day of democracy, let us pledge to uphold the ideals of the Constitution. Happy Republic Day!
Republic-day
Assamese
আমাৰ সংবিধানে ভাৰতৰ প্ৰতিজন নাগৰিকক সম অধিকাৰ প্ৰদান কৰিছে। এই গৌৰৱৰ দিনত সকলোলৈকে শুভেচ্ছা!
Republic-day
English
Our Constitution has granted equal rights to every citizen of India. Greetings to all on this day of pride!
Republic-day
Assamese
আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমুহ সদস্যলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Republic-day
English
Republic Day greetings to you and all members of your family.
Republic-day
Assamese
সমুহ ভাৰতবাসী ৰাইজলৈ গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জয় হিন্দ!
Republic-day
English
Heartfelt Republic Day greetings to all the people of India. Jai Hind!
Republic-day
Assamese
ভাৰতৰ যুৱ প্ৰজন্মই আমাক উজ্জ্বল আৰু প্ৰগতিশীল ভৱিষ্যতৰ দিশে লৈ যাওক। শুভ গণৰাজ্য দিৱস!
Republic-day
English
May India's young generation lead us towards a bright and progressive future. Happy Republic Day!
Republic-day
Assamese
প্ৰতিজন নাগৰিকৰ অধিকাৰ আৰু সন্মান সুৰক্ষিত হোৱাৰ আশাৰে শুভ গণৰাজ্য দিৱস!
Republic-day
English
Wishing a Happy Republic Day with the hope that every citizen's rights and dignity are protected!
Republic-day
Assamese
ভাৰতৰ বৈচিত্ৰ্য আমাৰ শক্তি আৰু গৌৰৱৰ উৎস হৈ থাকক। শুভ গণৰাজ্য দিৱস!
Republic-day
English
May India's diversity remain our source of strength and pride. Happy Republic Day!