Browse by Festival & Occasion

Diwali Assamese
আপোনাৰ জীৱন দীপাৱলীৰ উজ্জ্বল পোহৰৰ দৰে সদায় আলোকিত হৈ থাকক।
Diwali English
May your life always remain illuminated like the bright light of Diwali.
Diwali Assamese
আপোনাৰ জীৱন আনন্দ আৰু সুখৰ পোহৰেৰে পৰিপূৰ্ণ হওঁক। শুভ দীপাৱলী!
Diwali English
May your life be filled with the light of joy and happiness. Happy Diwali!
Diwali Assamese
এই দীপাৱলীয়ে যেন আপোনাৰ জীৱনলৈ প্ৰেমৰ উষ্ণতা আৰু জ্ঞানৰ পোহৰ কঢ়িয়াই আনক।
Diwali English
May this Diwali bring the warmth of love and the light of knowledge to your life.
Diwali Assamese
দীপাৱলীৰ এই শুভ লগনত আপোনাৰ মনৰ অন্ধকাৰ গুচি যেন জীৱনত পোহৰ বিয়পি পৰে।
Diwali English
On this auspicious Diwali, may the darkness of your mind disappear and light spread through your life.
Diwali Assamese
দীপাৱলীৰ এই মংগলময় সন্ধিক্ষণত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱন স্বাস্থ্য, সুখ, সম্পদ আৰু প্ৰেমৰ পোহৰত জ্যোতিময় হৈ পৰক।
Diwali English
On this auspicious occasion of Diwali, may the lives of you and all your family members shine with the light of health, happiness, wealth, and love.
Diwali Assamese
পোহৰৰ উৎসৱত জ্বলি থকা চাকিৰ পৰা ওলোৱা পোহৰে এই দীপাৱলীত আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনক সুখ, সম্পদ আৰু সমৃদ্ধি।
Diwali English
May the light from the burning lamps bring happiness, wealth, and prosperity to you and your family this Diwali.
Diwali Assamese
দীপাৱলীৰ দিনটোত দেৱী লক্ষ্মীয়ে আপোনাক সমৃদ্ধিৰ আশীৰ্বাদ দিয়ক। দেৱালীৰ শুভকামনা।
Diwali English
May Goddess Lakshmi bless you with prosperity on the day of Diwali. Diwali best wishes.
Diwali Assamese
দীপাৱলীৰ পোহৰে আপোনাৰ জীৱনটো অধিক ৰঙীন আৰু আলোকিত কৰি তোলক! দীপাৱলীৰ শুভেচ্ছা।
Diwali English
May the light of Diwali make your life more colorful and illuminated! Diwali greetings.
Diwali Assamese
এই দীপাৱলীত দেৱী লক্ষ্মীয়ে আপোনাৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰাই তোলক। শুভ দীপাৱলী!
Diwali English
May Goddess Lakshmi fill your life with happiness and prosperity this Diwali. Happy Diwali!
Diwali Assamese
দীপাৱলীৰ শুভেচ্ছা জনালো। চাকিৰ পোহৰে দূৰ কৰক জীৱনৰ সকলো অন্ধকাৰ।
Diwali English
Diwali greetings to you. May the light of the lamp dispel all darkness from life.
Diwali Assamese
চাকিৰ পোহৰে আপোনাৰ জীৱনক প্ৰেম, হাঁহি আৰু সমৃদ্ধিৰে আলোকিত কৰক। শুভ দীপাৱলী!
Diwali English
May the light of the lamp illuminate your life with love, laughter, and prosperity. Happy Diwali!
Diwali Assamese
দীপাৱলীৰ পোহৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশা আৰু সমৃদ্ধি। শুভ দীপাৱলী!
Diwali English
May the light of Diwali bring new hope and prosperity to your life. Happy Diwali!
Diwali Assamese
এই দীপাৱলীয়ে আপোনাৰ জীৱনলৈ নতুন উদ্যম আৰু নতুন আশা কঢ়িয়াই আনক।
Diwali English
May this Diwali bring new energy and new hope to your life.
Diwali Assamese
পোহৰৰ এই উৎসৱত আপোনাৰ জীৱন সুখময় হওঁক, দীপাৱলীৰ বন্তিয়ে আপোনাৰ জীৱন আনন্দৰে ভৰাই তোলক।
Diwali English
May your life be joyful in this festival of lights; may the lamps of Diwali fill your life with happiness.
Diwali Assamese
দীপান্বিতাৰ পোহৰে সমাজৰপৰা হিংসা-বিদ্বেষ, অসূয়া-অপ্ৰীতিৰ ভাৱ আঁতৰাই আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল শক্তিশালী কৰি তোলক। শুভ দীপাৱলী!
Diwali English
May the light of Deepanwita remove hatred, jealousy, and discord from society and strengthen the age-old thread of harmony. Happy Diwali!