Browse by Festival & Occasion

Mothers-day Assamese
মা মানেই সমস্ত পৃথিৱী।
Mothers-day English
Mother means the entire world.
Mothers-day Assamese
মা তোমাৰ মুখখনি জোনাকৰ চাকি, আন্ধাৰৰ নিশাত পোহৰৰ সাক্ষী। তোমাৰ আশীৰ্বাদেই মোৰ বল, জীৱনৰ যাত্ৰাত তুমিয়েই সঙ্গী।
Mothers-day English
Mother, your face is like a fireflys lamp — a witness of light in the darkest night. Your blessings are my strength; you are my companion.
Mothers-day Assamese
মা, তুমি মোৰ জীৱনৰ একমাত্ৰ প্ৰকৃত বন্ধু।
Mothers-day English
Mother, you are the only true friend in my life.
Mothers-day Assamese
ভগৱানে সকলো ঠাইতে থাকিব নোৱাৰে বাবেই তেওঁ আমাৰ দায়িত্ব ল'বৰ বাবে মাক সৃষ্টি কৰিলে।
Mothers-day English
God cannot be everywhere, so He created mothers to take care of us.
Mothers-day Assamese
মা'ৰ মমতাতকৈ বিশাল এই পৃথিৱীত একো নাই।
Mothers-day English
There is nothing in this world greater than a mothers tenderness.
Mothers-day Assamese
মা তুমি নদীৰ দৰে নিৰ্মল, মোৰ জীৱনত শান্তিৰ সোঁত বোৱা। তোমাৰ হাঁহিৰে জিলিকা মোৰ পৃথিৱী, কিমান কষ্ট সহিছা কোৱা।
Mothers-day English
Mother, you are pure like a river, flowing a stream of peace into my life. My world glows with your smile.
Mothers-day Assamese
মই অজ্ঞানী হব পাৰো, বুৰ্বুক হব পাৰো — কিন্তু মোৰ মা'ৰ বাবে, মইয়ে শ্ৰেষ্ঠ সন্তান।
Mothers-day English
I may be ignorant, I may be foolish — but to my mother, I am the greatest child.
Mothers-day Assamese
নিজৰ সুখত মই হাঁহিছো, মোৰ মুখত হাঁহি দেখি নিজৰ দুখ পাহৰা জনেই মা।
Mothers-day English
I smile in my own happiness, but the one who forgets her own sorrows upon seeing my smile is my mother.
Mothers-day Assamese
সপোন মই দেখিছো কিন্তু, সপোনটো পুৰণ কৰিবলৈ সকলো সুবিধা কৰি দিয়াজনেই মা।
Mothers-day English
I am the one who dreamed, but the one who made every arrangement to fulfil that dream is my mother.
Mothers-day Assamese
ভালপোৱা সঁচাকৈয়ে অন্ধ হয়, কাৰণ আমাৰ মায়েও আমাক নেদেখাকৈয়ে ভাল পাবলৈ আৰম্ভ কৰি দিছিল।
Mothers-day English
True love is indeed blind, because our mothers began loving us before they even saw us.
Mothers-day Assamese
আপোনাৰ প্ৰেম হৈছে মই পোৱা আটাইতকৈ ডাঙৰ উপহাৰ। মাতৃ দিৱসৰ শুভেচ্ছা।
Mothers-day English
Your love is the greatest gift I have ever received. Happy Mothers Day.
Mothers-day Assamese
মা তুমি সঁচাকৈ অতুলনীয়। তোমাক মোৰ জীৱনত পাই মই কৃতজ্ঞ।
Mothers-day English
Mother, you are truly incomparable. I am grateful to have you in my life.
Mothers-day Assamese
মা তোমাৰ অবিহনে আমি অসম্পূৰ্ণ। তোমাৰ কষ্ট, ত্যাগ, প্ৰেৰণাই এই জীৱনৰ ডাঙৰ উপহাৰ।
Mothers-day English
Without you, mother, we are incomplete. Your hardship, sacrifice, and inspiration are lifes greatest gift.
Mothers-day Assamese
আইৰ সমান নিঃস্বাৰ্থ ভালপোৱা পৃথিৱীত আন দ্বিতীয় জন নোলাব।
Mothers-day English
No one in this world can match the selfless love of a mother.
Mothers-day Assamese
আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন। মাতৃ দিৱসৰ শুভেচ্ছা মা।
Mothers-day English
Who can equal a mother, who can flow like a river. Happy Mothers Day, Ma.
Mothers-day Assamese
তোমাৰ কোমলতাত লুকাই আছে শক্তি, তোমাৰ হাঁহিটোত লুকাই আছে বহু সংগ্ৰাম। তুমিয়েই মোৰ গোটেই পৃথিৱী। মাতৃ দিৱসৰ শুভেচ্ছা।
Mothers-day English
Your softness conceals strength; your smile hides countless struggles. You are my entire world. Happy Mothers Day.
Mothers-day Assamese
বেদনা বুকুত বান্ধি হাঁহিৰে জগত জিনিবলৈ শিকোৱা মোৰ জীৱনৰ বিশেষ মানুহগৰাকীক মাতৃ দিৱসৰ শুভেচ্ছা।
Mothers-day English
Mothers Day wishes to the special person who taught me to conquer the world with a smile while holding pain close to her heart.
Mothers-day Assamese
মাতৃ কেৱল এটা শব্দ নহয়, সমগ্ৰ সৃষ্টিৰ ভেটি আৰু তেওঁ সৰ্বশক্তিশালী। মাতৃ দিৱসৰ শুভেচ্ছা!
Mothers-day English
Mother is not just a word — she is the foundation of all creation and she is all-powerful. Happy Mothers Day!