Browse by Festival & Occasion

Holi Assamese
পৱিত্ৰ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা। হোলীৰ ৰঙৰ সমাহাৰে সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অনাবিল আনন্দেৰে উপচাই তোলক, তাৰেই কামনা কৰিছোঁ।
Holi Assamese
সকলোলৈ পৱিত্ৰ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Holi Assamese
সকলোলৈ পৱিত্ৰ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হোলীৰ ৰঙৰ সমাহাৰে সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অনাবিল আনন্দেৰে উপচাই তোলক, তাৰেই কামনা কৰিছোঁ।
Holi Assamese
ফাকুৱাৰ ধেমালিয়ে ভৰাই দিয়ক হিয়া, শুভ হোলীৰ শুভেচ্ছা লোৱাঁ গৈ!
Holi English
May the playfulness of Fakuwa fill your hearts; please accept Happy Holi greetings!
Holi Assamese
ৰঙৰ পখিলা উৰিছে আকাশত, হোলীৰ শুভেচ্ছা পঠাওঁ তোমালৈ বাটে-বাটে!
Holi English
Colorful butterflies fly in the sky; I send Holi greetings to you along every path!
Holi Assamese
বসন্তৰ সুগন্ধত হোলীৰ ৰঙ, জীৱনত সদায় আহক নতুন ঢং! শুভ হোলী!
Holi English
Holis colors in the fragrance of spring; may new styles always come to life! Happy Holi!
Holi Assamese
ৰঙৰ উৎসৱ ফাকুৱাই সুদৃঢ় কৰক সুখ, শান্তি, সম্প্ৰীতি আৰু মৰম এনাজৰী!
Holi English
May the color festival Fakuwa strengthen the bonds of happiness, peace, harmony, and love!
Holi Assamese
এই পবিত্ৰ উৎসৱে হৃদয়ত প্ৰেমৰ ৰং ভৰাই দিয়ে, ভাতৃত্ববোধৰ বন্ধন গঢ়ি তোলে আৰু সমাজত একতাৰ বার্তা প্ৰবাহিত কৰক।
Holi English
May this sacred festival fill hearts with the color of love, build bonds of brotherhood, and spread the message of unity in society.
Holi Assamese
পবিত্ৰ দৌল উৎসৱৰ শুভক্ষণত আনন্দ, সম্প্ৰীতি আৰু সৌহাৰ্দ্যৰে পৰিপূৰ্ণ হৈ উঠক সকলোৰে জীৱন।
Holi English
On the auspicious occasion of the sacred Dol Utsav, may everyones life be filled with joy, harmony, and goodwill.
Holi Assamese
ৰঙৰ উৎসৱে আমাৰ জীৱন ৰঙীণ কৰি কঢ়িয়াই আনক আনন্দ, শান্তি আৰু সমৃদ্ধিৰ নতুন বাৰ্তা।
Holi English
May the festival of colors make our lives colorful and bring new messages of joy, peace, and prosperity.
Holi Assamese
আবিৰৰ ৰঙে সকলোৰে মন-প্ৰাণ ৰঙীন কৰক, সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আনন্দৰ লহৰ।
Holi English
May the colors of abir make everyones heart and soul colorful, bringing waves of joy to everyones life.
Holi Assamese
দৌলৰ গীতেৰে হিয়া ভৰি দিয়া, হোলীৰ শুভেচ্ছাত সকলোকে সাৱটি লোৱা!
Holi English
Fill your hearts with Doul songs, embrace everyone with Holi greetings!
Holi Assamese
হোলীৰ ৰঙ ঢাকি দিয়ক দুখৰ হাঁহি, জীৱনত সদায় থাকক সুখৰ বাতৰি!
Holi English
May Holis colors cover the laughter of sorrow; may there always be tidings of happiness in life!
Holi Assamese
ৰঙে ৰঙে মিলন হ'ব, হৃদয়ৰ দূৰত্ব গলি যাব! শুভ হোলী!
Holi English
Color by color there will be union, the distance of hearts will melt away! Happy Holi!
Holi Assamese
শুভ হোলী! ৰঙেৰে জীৱন উজলি উঠক, মিলনৰ সুৰেৰে হিয়াত বাজক প্ৰেমৰ তাল!
Holi English
Happy Holi! May life shine with colors, and the rhythm of love play in hearts with the melody of togetherness!
Holi Assamese
বসন্তৰ দুৱাৰ খুলি, ফাগুনে উৰালে ধূলি, মন হ'ল উদুলি-মুদুলি। শুভ হোলী!
Holi English
Spring opened its doors, Phagun scattered its dust, the heart became ecstatic. Happy Holi!
Holi Assamese
ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলো, ফাগুনী আবিৰৰ ৰঙেৰে ৰাঙলী হৈ পৰক সকলোৰে জীৱন।
Holi English
Greetings of the color festival Fakuwa; may everyones life be colored with the hues of Phaguns abir.
Holi Assamese
সকলোকে পবিত্ৰ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Holi English
Extending heartfelt greetings of the sacred Dol Utsav and Fakuwa to everyone.